ৰাজ্য়ত পুনৰ কৰোনাত আক্রান্ত হৈ মৃত্যু


  • কৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে DFO জয়ছিং বেৰ ৷
  • গুৱাহাটীৰ GMCHত চিকিৎসাধীন আছিল জয়ছিং বে ৷
Corona Patient DFO Joy Singh Ber Death, State Again Corona Infected
  • প্রথমাৱস্থাত জয়ছিং বেৰ পত্নীও আক্রান্ত আছিল কোৰোনাত ৷
  • পাছত পত্নীৰ কোৰোনা ৰিজাল্ট নিগেটিভ আহে ৷ 
  • জয়ছিং বেৰ কাৰ্বি আংলং বনবিভাগৰ পশ্চিম সংমণ্ডলৰ DFO আছিল ৷