আজিৰ পৰা ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন


Complete lockdown in Tripura from today

  • কোৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।
  • বিয়লি ভাগৰ পৰা প্ৰযোজ্য হব এই লকডাউন।
  • ৩দিনৰ বাবে ত্ৰিপুৰাত অব্যাহত থাকিব লকডাউন।
  • সকলো লোকৰে গৃহবন্দী হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷