CM Promises Strict Action

CM Promises Strict Action : Against Perpetrators Of SI Exam Paper Leak
CM Promises Strict Action : Against Perpetrators Of SI Exam Paper Leak 

মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা :

  • মুখ্যমন্ত্ৰীৰ ডিজিপিক তদন্তৰ নিৰ্দেশৰ পিছতে CID গটোৱা হ'ল সমগ্ৰ বিষয়।
  • SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দায়িত্ব দিয়া হৈছে CID ক
  • অহা এমাহৰ ভিতৰত পুনৰ SIৰ লিখিত পৰীক্ষা।
  • ৰক্ষীয়ে অব্যাহত ৰাখিছে পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত।
  • এই কেলেংকাৰীৰ লগত জড়িত বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 
  • বৰ্তমান আত্মগোপন কৰি আছে পি কে দত্ত।
  • দত্তক বিচাৰি আমিনগাঁৱত সংকট মৌচন সেৱাশ্ৰমত আৰক্ষীৰ অভিযান।
  • আমিনগাৱৰ সংকট মোচন আশ্ৰমত পি কে দত্তই বাহৰ পতাৰ সন্দেহত শনিবাৰে মাজনিশা অভিযান চলাই আৰক্ষীয়ে।
  • আশ্ৰম পৰিচালক দীপক বাবাই পি কে দত্ত আশ্ৰম চৌহদত বিগত সাত বছৰ ধৰি প্ৰবেশ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমক।